Dictionaries | References প পৰীক্ষা Script: Bengali-Assamese Meaning Related Words পৰীক্ষা অসমীয়া (Assamese) WN | Assamese Assamese Rate this meaning Thank you! 👍 noun কাৰোবাৰ যোগ্যতা বা জ্ঞান পৰীক্ষা কৰিবৰ কাৰণে তেওঁক প্রশ্ন ্ সোধা কার্য, ্ যাৰ ভিত্তিত ্ তেওঁক উত্তী্র্ণ ্ বা অনুত্তী্র্ণ ্ কৰা হয় Ex. ৰামে মেট্রিক পৰীক্ষা পাছ কৰিবৰ কাৰণে বহুত কষ্ট কৰিছে ONTOLOGY:कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:bdआनजाद gujપરીક્ષા hinपरीक्षा kanಪರೀಕ್ಷೆ kasامتحان malപരീക്ഷ mniꯆꯥꯡꯌꯦꯡ tamதேர்வு telపరీక్ష urdامتحان , آزمائش noun কোনো বস্তুৰ গুণাগুণ আদিৰ বিষয়ে জানিবৰ কাৰণে কৰা ব্যৱহাৰ Ex. ৰচী টনা শক্তি পৰীক্ষাৰ এটা খেল HYPONYMY:পৰীক্ষা ONTOLOGY:कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:বিচাৰWordnet:bdसुनायनाय gujઅખતરો hinआजमाइश kasآزمٲیِش malപരീക്ഷണം mnivꯆꯥꯡ꯭ꯌꯦꯡꯕ꯭ꯆꯥꯡ꯭ꯌꯦꯡꯅꯕ nepशक्ति परीक्षा panਅਜਮਾਇਸ਼ sanपरीक्षा telపరీక్ష urdآزمائش , امتحان noun শৰীৰত কোনো ৰোগ আছে নে নাই বা যদি আছে তাৰ কাৰণ জানিবৰ কাৰণে চিকিৎসকে চোৱা-চিতা কৰা ক্রিয়া Ex. এই ৰোগীজনৰ পৰীক্ষা এজন বহুত ডাঙৰ ডাক্তৰৰ দ্বাৰা কৰিবলগীয়া আছে ONTOLOGY:कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:kasجانٛچ mniꯊꯤꯖꯤꯟ ꯍꯨꯝꯖꯤꯟꯕꯒꯤ꯭ꯊꯕꯛ oriପରୀକ୍ଷା sanपरीक्षणम् tamமருத்துவப் பரிசோதனை telపరిక్ష urdجانچ noun বিশেষভাৱে কোনো ৰোগ আদিৰ কাৰণ জানিবৰ কাৰণে শৰীৰৰ অংগ-প্রত্যঙ্গৰ পৰীক্ষা কৰা কার্য Ex. মই নিজৰ তেজ পৰীক্ষা কৰিবলগীয়া আছে ONTOLOGY:कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:hinजाँच kanಪರೀಕ್ಷೆ kasٹٮ۪سٹہٕ panਜਾਂਚ sanपरीक्षा telపరీక్ష noun যি যোগ্যতা, সামর্থ্য, গুণাগুণ, পৰিমাণ, কৃতিত্ব আদিৰ বিচাৰ কৰে Ex. গুৰু ৰামদাসে শিষ্যৰ পৰীক্ষা লʼবৰ কাৰণে তেওঁলোকক বাঘিনীৰ গাখীৰ আনিবলৈ দিলে HYPONYMY:বিবেচনা অগ্নি পৰীক্ষা সত্য পৰীক্ষা অগ্নিপৰীক্ষা ONTOLOGY:कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:পৰখ পৰীক্ষণ নিৰূপণ পৰীক্ষা-নিৰীক্ষাWordnet:bdआनजाद benপরীক্ষা gujપરખ hinपरीक्षा kanಪರೀಕ್ಷೆ kasآزمٲیِش , اِمتِحان kokपरिक्षा malപരിശോധന marपरीक्षा mniꯆꯥꯡꯌꯦꯡ nepपरीक्षा oriପରୀକ୍ଷା panਪ੍ਰੀਖਿਆ tamசோதனை telపరీక్ష urdامتحان , آزمائش , جانچ , پرکھ , کسوٹی Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP