Dictionaries | References হ হোৱা Script: Bengali-Assamese Meaning Related Words Rate this meaning Thank you! 👍 হোৱা অসমীয়া (Assamese) WN | Assamese Assamese | | verb কাপোৰ, গহনা আদি শৰীৰ শুৱনি হোৱাকৈ পৰিধান কৰা Ex. ইমান সৰু কামিজটো মোৰ শৰীৰত নহʼব HYPERNYMY:থকা ONTOLOGY:अवस्थासूचक क्रिया (Verb of State) ➜ क्रिया (Verb) SYNONYM:ফিট হোৱা খাপ খোৱাWordnet:benহওয়া gujઆવવું hinआना kanಆಗು kasواتُن kokबसप malപാകമാവുക nepठीकहुनु oriନହେବା panਆਉਣਾ tamசரிவர urdآنا , ٹھیک آنا , فٹ آنا verb প্রতিৰূপ হোৱা Ex. মানস একেবাৰে নিজৰ মাকৰ নিচিনা হৈছে HYPERNYMY:থকা ONTOLOGY:होना क्रिया (Verb of Occur) ➜ क्रिया (Verb)Wordnet:bdला ben(কারও)মতো হওয়া kanಪ್ರತಿರೂಪವಾಗು malപകര്പ്പാ യിരിക്കുക mniꯃꯥꯅꯕ tamஒத்திரு urdپڑنا , عکس آنا verb প্রমাণিত হোৱা Ex. অৱশেষত মোৰ কথা সঁ্চা হʼল HYPERNYMY:ঘটা ONTOLOGY:अवस्थासूचक क्रिया (Verb of State) ➜ क्रिया (Verb) SYNONYM:প্রমাণিত হোৱাWordnet:bdनुजा benপ্রমাণিত হওয়া gujનીકળવું hinनिकलना kanಸಾಭೀತಾಗು kokखरें थारप malഭവിക്കുക mniꯑꯣꯏꯕ nepसाँचो हुनु oriସତ ହେବା panਨਿਕਲਣਾ sanसिध् telనిజంచేయు urdنکلنا , ثابت ہونا , تصدیق ہونا verb কোনো বিশিষ্ট অথবা নিশ্চিত স্থিতি বা অৱস্থাত থকা Ex. এতিয়া গধূলি হʼল / মেঘৰ পৰা বৰষুণ হয় HYPERNYMY:থকা ONTOLOGY:होना क्रिया (Verb of Occur) ➜ क्रिया (Verb)Wordnet:kasآسُن sanअस् telకలిగియుండు verb কোনো কার্যৰ ্বাকী নথকা Ex. আপোনাৰ ভাত খোৱা হʼল নেকি HYPERNYMY:থকা ONTOLOGY:अवस्थासूचक क्रिया (Verb of State) ➜ क्रिया (Verb)Wordnet:benকরে (ফেলা) hinचुकना kanಮುಗಿಸು kasمۄکلاوُن malഅനുഗമിക്കുക mniꯂꯣꯏꯔꯕꯕ panਚੁਕਣਾ tamமுடிவுபெறு telముగియు verb এটা ৰূপৰ পৰা সলনি হৈ আন এটা ৰূপ হৈ যোৱা বা বর্ত্্মানতকৈ পৃথক হোৱা Ex. মোৰ ছোৱালী নাটকত ৰাণী লক্ষ্মীবীঈ হৈছিল HYPERNYMY:পৰি্ৱর্তন ্অহা ONTOLOGY:परिवर्तनसूचक (Change) ➜ कर्मसूचक क्रिया (Verb of Action) ➜ क्रिया (Verb)Wordnet:kasبنُن malവേഷം മാറുക marबनणे panਬਣਨਾ sanअस् tamஉருமாறு telచేయుట urdبننا See : থকা, থকা-, ঘটা, সমাবেশ হোৱা Related Words হোৱা ফিট হোৱা প্রমাণিত হোৱা বিলীন হোৱা মোহিত হোৱা চিন্তিত হোৱা চমৎকৃত হোৱা যুৱক হোৱা তপ্ত হোৱা ত্রাসিত হোৱা তুষ্ট হোৱা দেৰি হোৱা স্থানান্তৰিত হোৱা সন্তুষ্ট হোৱা সফল হোৱা সমতুল্য হোৱা সময় হোৱা স্রবিত হোৱা হ্রাস হোৱা অদৃশ্য হোৱা অধোন্নতি হোৱা অনিষ্ট হোৱা অনুৰণিত হোৱা অপ্রসন্ন হোৱা অৱনতি হোৱা অৱৰুদ্ধ হোৱা অৱশ হোৱা অমাত হোৱা অসন্তোষ হোৱা আকলুৱা হোৱা আতংকগ্রস্ত হোৱা আৱদ্ধ হোৱা আৰম্ভণি হোৱা আলোকিত হোৱা ইচ্ছা হোৱা উদ্বাউল হোৱা ফেইল হোৱা বাষ্প হোৱা বিকৃত হোৱা বিচ্ছিন্ন হোৱা বিতত হোৱা বিতুষ্ট হোৱা বিলম্ব হোৱা বিস্মিত হোৱা ব্যাকুল হোৱা ব্যয় হোৱা ভীতিগ্রস্ত হোৱা ভ্রমিত হোৱা মূক হোৱা মগন হোৱা মগ্ন হোৱা নাঙঠ হোৱা নাৰাজ হোৱা নিঃসৰণ হোৱা নিমাত হোৱা নির্মূল ্হোৱা নিলগ হোৱা নীৰৱ হোৱা পাছ হোৱা পিৰিতি হোৱা প্রকট হোৱা পৰিব্যাপ্ত হোৱা প্রসাৰতি হোৱা একগোট হোৱা একত্রিত হোৱা ক্ষীণ হোৱা ক্ষৰিত হোৱা খৰিদ্দাৰ হোৱা খৰচা হোৱা মিক্স হোৱা মিলন হোৱা মিহল হোৱা মতলীয়া হোৱা মনোমত হোৱা মন্দ হোৱা ৰুচিকৰ হোৱা ৰুষ্ট হোৱা লগ হোৱা লালায়িত হোৱা লুপ্ত হোৱা লয় হোৱা শিথিল হোৱা শীতল হোৱা শোভান্বিত হোৱা শোভায়মান হোৱা শুৰু হোৱা সঙ্গম হোৱা পৃথক হোৱা আচৰিত হোৱা বিকশিত হোৱা মনঃপুত হোৱা মলিন হোৱা ঢিলা হোৱা সমাপ্ত হোৱা উৎপন্ন হোৱা পল্লৱিত হোৱা যোগ হোৱা অধীন হোৱা উদাস হোৱা ওজন হোৱা Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP