কোনো ব্যক্তিৰ কামৰ পৰা বা সম্পত্তি, ব্যাপাৰ আদিৰ পৰা কোনো অধিকাৰীয়ে নিজৰ কাৰণে লোৱা নিয়ত ধন
Ex. মোগল যুগত শাসক আৰু সামন্তই ভাৰতীয় জনসাধাৰণৰ পৰা বিভিন্ন ধৰণৰ কৰ আদায় কৰিছিল
HYPONYMY:
খাজনা দালালি আবকাৰী শুল্ক নগৰ-শুল্ক আয়কৰ পথ শুল্ক বিক্রী-কৰ
ONTOLOGY:
वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
খাজনা শুল্ক কটল কাটল কৰ-কাটল টেক্স
Wordnet:
bdखाजोना
benকর
gujકર
hinकर
kanಕರ
kasٹٮ۪کٕس
kokकर
marकर
mniꯈꯥꯖꯅꯥ
oriକର
panਕਰ
sanकरः
tamவரி
telపన్ను
urdٹیکس , محصول , لگان