তৰল পদার্থৰ তলিৰ ভাগত গোট খাই থকা ময়লা
Ex. তেওঁ তেলৰ গেদ ্চফা কৰি আছে
ONTOLOGY:
वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
bdगोदि
benঅধঃক্ষেপ
gujતલછટ
hinतलछट
kanಬಗ್ಗಡ
marगाळ
oriକାଣ୍ଟି
panਗਾਦ
tamகசடு
telమడ్డి
urdتلچھٹ , اوساد , کاٹ
পানীৰ তলত জমা হোৱা অশুদ্ধি বা সূক্ষ্ম উদ্ভিদ
Ex. কলহবোৰ সদায় পৰিষ্কাৰ নকৰিলে তাত গেদ জমা হয়
ONTOLOGY:
वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)