পাহাৰ-পর্বত আদিৰ কোনো এক জল উৎসৰ পৰা নির্দিষ্ট পথেৰে বৈ আহি সাগৰ, মহাসাগৰ বা অন্য জলাশয়ত মিলিত হোৱা প্রাকৃতিক জলৰাশি
Ex. ব্রহ্মপুত্র এখন ডাঙৰ নদী / বাৰিষা নৈৰ পৰা বানপানী হয়
HOLO MEMBER COLLECTION:
সংগম
HYPONYMY:
গংগা নদী হিমবাহ উৰুগুৱে নদী কংগো নীল নাইজাৰ পাৰাগুৱে জুৰি আমাজান সৰস্বতী নর্ম্্দা সিন্ধু যমুনা
MERO COMPONENT OBJECT:
পাৰ
MERO MEMBER COLLECTION:
পানী
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
নৈ নদ স্রোতস্বিনী তটিনী দৰিয়া প্রবাহিনী
Wordnet:
bdदैमा
benনদী
gujનદી
hinनदी
kanನದಿ
kasدٔریاو , دٔریاب
kokन्हंय
malനദി
marनदी
mniꯇꯨꯔꯦꯜ
nepनदी
oriନଦୀ
panਨਦੀ
sanनदी
tamநதி
telనది
urdندی , دریا , بحر