Dictionaries | References

বীজাণু

   
Script: Bengali-Assamese

বীজাণু

অসমীয়া (Assamese) WN | Assamese  Assamese |   | 
 noun  বতাহ, খোৱা-বস্তু, পানী আদিত মিহলি হৈ থকা এবিধ সূক্ষ্ম জীৱ যি অনেক ৰোগৰো মূল কাৰক   Ex. বীজাণু মানুহৰ কাৰণে ঘাতক স্বৰূপ
ONTOLOGY:
सूक्ष्म-जीव (Micro organism)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  সাধাৰণ অনুবীক্ষণ যন্ত্রৰ দ্বাৰা নেদেখা আৰু নিজৰ পোষণ আৰু জননৰ বাবে পৰজীৱীৰ ৰূপত কোনো কোষৰ ভিতৰত থকা অতি সূক্ষ সংক্রামক জীৱ   Ex. বীজাণুৰ পৰা কেইবা প্রকাৰৰো ৰোগ হয়
ONTOLOGY:
सूक्ष्म-जीव (Micro organism)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
   see : জীৱাণু

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP