যি বহুত ্দুর্বল আৰু ক্ষীণ
Ex. তেওঁ ্বেমাৰৰ কাৰণে ক্ষীণকায় হৈ গৈছে
ONTOLOGY:
गुणसूचक (Qualitative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
SYNONYM:
কৃশ চেৰেলা লেৰেলা লেৰেলা-চেৰেলা চেৰেলা-চেপেটা খীণ-মীন টেটেৰা টোটোৰা পৰা শোটোৰা পৰা সোপোৰা শুকান-উবান মৰা-মূছা মৰা মুগা যেন মৰ চেৰেলা মৰকুচিয়া চিঁয়া মৰা খিচিৰা নলীয়া কিৰকিৰীয়া চঁ্ছালি ওলোৱা হাড়-খৰাহি হাড় ছাল অস্থি্চর্ম্্সাৰ হাড়ত খোৱা শুকান লেৰেলা-ঠেৰেলা লেৰেলী-ঠেৰেলী (স্ত্রী) কংকালসাৰ কঙ্কালসাৰ জঁ্কাভাৰী
Wordnet:
bdरानख्रेब
benঅতি ক্ষীণকায়
gujક્ષીણકાય
hinसींकिया पहलवान
kanಬಡಕಲು ದೇಹದ
kasأڑِجوٗ
malഎല്ലും തോലുമാകുക
marहडकुळा
nepअति क्षीणकाय
oriଅତି କ୍ଷୀଣକାୟ
panਕਮਜ਼ੋਰ
sanअस्थिमय
tamபலவீனமான
telబలహీనమైన
urdہڈیلا , ہڈی دار