সমুদ্রৰ পানীতকৈ ছগুণ বেছি খাৰুৱা পানী থকা এখন সাগৰ
Ex. মৃতসাগৰ অধিক খাৰযুক্ত হোৱাৰ কাৰণে কোনো ধৰণৰ জীৱ-জন্তু পোৱা নাযায় আৰু সেইকাৰণে এই সাগৰৰ নাম মৃতসাগৰ হʼল
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
মৃত সাগৰ মৃত-সাগৰ
Wordnet:
bdगोथै लैथो
benডেড সি
gujમૃતસાગર
hinमृतसागर
kasڈیڈ سِی , بحرِ موت
kokमृतसागर
malചാവുകടല്
marमृत सागर
mniꯗꯦꯠ꯭ꯁꯤ
oriମୃତସାଗର
panਮ੍ਰਿਤਸਾਗਰ
tamமிருத்கடல்
urdڈیڈ سی