Dictionaries | References ম মৰা Script: Bengali-Assamese Meaning Related Words Rate this meaning Thank you! 👍 মৰা অসমীয়া (Assamese) WN | Assamese Assamese | | noun মাৰ দিয়া কার্য ্বা ভাব Ex. কাৰোবাক মাৰিবৰ কাৰণে সাহস লাগিব HYPONYMY:পিটন ONTOLOGY:कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:প্রহাৰ কৰাWordnet:bdबुथारनाय benমারা gujમારવું kanಹೊಡೆ kasلایُن , چوب , پٲزارٕ , ٹھٲپۍ kokमार mniꯍꯥꯠꯄꯇꯨꯞꯄꯒꯤ꯭ꯊꯕꯛ nepमारण oriମାରିବା panਮਾਰਨ sanहत्या tamஅடித்தல் telకొట్టడం urdمارنا , پیٹنا verb কোনো বস্তু ভিতৰলৈ ঠেলিবৰ কাৰণে তাৰ ওপৰত জোৰেৰে কৰা প্রহাৰ Ex. ৰামে মূর্তিটো লগাবৰ কাৰণে বেৰত গজাল মাৰিছে HYPERNYMY:চেপা ONTOLOGY:() ➜ कर्मसूचक क्रिया (Verb of Action) ➜ क्रिया (Verb)Wordnet:bdदो gujઠોકવું hinठोंकना kokमारप mniꯌꯣꯠꯄꯤ꯭ꯊꯥꯕ nepठोक्नु oriବାଡ଼େଇବା panਠੋਕਣਾ urdٹھونکنا , ٹھینسنا verb কোনো মনোবেগ, ইচ্ছা আদিৰ হেঁচি নধৰাকৈ সমানে সমানে হোৱা কার্য Ex. ঘনে-ঘনে চাহ খোৱাৰ কাৰণে মোৰ ভোক মৰি গʼল HYPERNYMY:থকা ONTOLOGY:मानसिक अवस्थासूचक (Mental State) ➜ अवस्थासूचक क्रिया (Verb of State) ➜ क्रिया (Verb) SYNONYM:মৰি যোৱাWordnet:bdजोबलां kanಸತ್ತು ಹೋಗು kasمۄکلٕنۍ kokमरप malകെട്ടുപോവുക mniꯐꯥꯎꯗꯕ telఅనుగు urdختم ہونا , مرنا verb মৰাৰ সমান কষ্ট কৰা Ex. তেওঁ দিনে-ৰাতিয়ে যিজন ভায়েকৰ চোৱা-চিতাৰ কাৰণে মৰি আছিল, সেই ভায়েকে তেওঁক নিৰাশ কৰিলে HYPERNYMY:কষ্ট সহা ONTOLOGY:अवस्थासूचक क्रिया (Verb of State) ➜ क्रिया (Verb)Wordnet:bdथैथाब benজীবনপাত করা gujમરવું kokमरप malചാവുക oriଅତି କଷ୍ଟ କରିବା panਮਰਨਾ tamஉயிரை கொடு urdمرنا , مشکل زمانہ گذارنا verb খেলৰ কোনো গুটী বা খেলুৱৈৰ খেলৰ নিয়মানুসৰি কোনো কাৰণে খেলৰ পৰা বাহিৰ হোৱা বা পৃথক কৰা Ex. এই খেলত আমাৰ চাৰিজন লগৰীয়া মৰি থাকিল যদিও খেলত আমি জিকিলোঁ HYPERNYMY:ওলোৱা ONTOLOGY:अवस्थासूचक क्रिया (Verb of State) ➜ क्रिया (Verb)Wordnet:benআউট হওয়া gujમરવું kanಔಟ್ ಆಗು kasمۄکلُن kokमरप oriମରିଯିବା panਮਰਨਾ urdمرنا , ڈھیرہونا verb কাৰোবাক কোনো বস্তু আদিৰে আঘাত কৰা Ex. পুলিচে চোৰটোক লাঠিৰে মাৰিছে HYPERNYMY:কাম কৰা ONTOLOGY:() ➜ कर्मसूचक क्रिया (Verb of Action) ➜ क्रिया (Verb) SYNONYM:পিটা পিটন দিয়া প্রহাৰ কৰা ধুলাই দিয়া কোবোৱাWordnet:benমারা gujમારવું hinमारना kanಹೊಡೆ kasلایُن , چوب دِنۍ , مارُن kokमारप malതല്ലുക marपिटणे mniꯀꯟꯕ nepकुट्नु oriପିଟିବା panਮਾਰਨਾ sanतड् tamஅடி telకొట్టు urdمارنا , پیٹنا , حملہ کرنا , وارکرنا , ٹھوکنا , دھننا , رسیدکرنا verb জীৱনৰ অন্ত পেলোৱা কার্য Ex. সন্ত্রাসবাদীয়ে পাঁচজন লোকক মাৰিলে CAUSATIVE:মৰোৱা HYPERNYMY:সমাপ্ত কৰা ONTOLOGY:विनाशसूचक (Destruction) ➜ कर्मसूचक क्रिया (Verb of Action) ➜ क्रिया (Verb) SYNONYM:হত্যা কৰা প্রাণ লোৱা জীৱন লোৱা সংহাৰ কৰা বধ কৰা হনন কৰা প্রাণ বায়ু উৰোৱাWordnet:bdबुथार benমেরে দেওয়া gujમારવું hinमारना kanಕೊಲ್ಲು kasمارُن kokमारप malകൊല്ലുക marमारणे mniꯍꯥꯠꯄ nepमार्नु oriମାରିବା panਮਾਰਨਾ tamகொலைசெய் telచంపు urdہلاک کرنا , قتل کرنا , جان لینا , موت کےگھاٹ اتارنا , گردن زنی کرنا , گردن مارنا , جان تلف کرنا verb মৃত্যু হোৱা বা শৰীৰৰ পৰা প্রাণবায়ু ওলোৱা কার্য Ex. দুর্ঘ্্টনাগ্রস্ত মানুহজন আজি পুৱাই মৰি থাকিল HYPERNYMY:থকা ONTOLOGY:होना क्रिया (Verb of Occur) ➜ क्रिया (Verb) SYNONYM:ঢুকোৱা মৃত্যু হোৱা স্বর্গী হোৱা প্রাণ যোৱা স্বর্গগ্ামী হোৱা পৰলোকগামী হোৱা মুক্তি লাভ কৰা বৈকুণ্ঠগামী হোৱা সৰকা ধাতু বাজ হোৱা সিফলীয়া হোৱা সিপাৰ হোৱা হাড় পেলোৱা জীৱ যোৱা চকু মুদা পাৰ হোৱা দেহান্তৰ ঘটা চাউল উকলা ইহলীলা সম্বৰণ কৰা পৰপাৰলৈ গতি কৰা মোক্ষ লাভ কৰা পৰপাৰলৈ গমন কৰা অনন্তধামলৈ গতি কৰা শেষ নিশ্বাস লোৱা শেষ নিশ্বাস ত্যাগ কৰা জীৱ বাজ হোৱা দেহা পেলোৱা আয়ু বেলি মাৰ যোৱা জীৱন বন্তি নুমাই যোৱা কাল হোৱাWordnet:bdथै benমারা যাওয়া gujગુજરવું hinमरना kanಸತ್ತು ಹೋಗು kasمَرُن kokमरप malമരിക്കുക marमरणे mniꯁꯤꯕ nepमर्नु oriମରିବା panਮਰਨਾ sanमृ tamஇறந்துபோ telచనిపోవు urdمرنا , دم توڑنا , دم نکلنا , گذرجانا , چل بسنا , وفات پانا , فوت ہونا , انتقال کرنا , جنت سدھارنا See : মৰাপাট See : হত্যা, মৃত্যু Related Words ঠেলা মৰা দাংকোপ মৰা লাফ মৰা কটা-মৰা কুঠাৰ মৰা ঘোঁৰা বাগৰ মৰা কাণ তাল মৰা কেটেপা মৰা মানুহ মৰা চাব মৰা চিঞৰ মৰা চিঁয়া মৰা ছাপ মৰা ছিটিকনি মৰা ছোঁ মৰা জাপ মৰা জাঁপ মৰা জোতাৰে মৰা ঢকা মৰা দৌৰ মৰা সোহা মৰা হেঁ্চা মৰা হেম্বেলনি মৰা আঁচোৰ মৰা উগাৰ মৰা উঠাই মৰা পুলুকা মৰা ফুটনি মৰা বাগৰ মৰা ভাগৰ মৰা ভোকত মৰা মাথা মৰা দম্ভালি মৰা প্রাণে মৰা কাহ মৰা খামোচ মৰা খুন্দা মৰা গোজৰ মৰা গুৰ মৰা গুলী মৰা গলহেকাৰি মৰা মন মৰা মৰা-মূছা মৰা শ মৰণা মৰা লাঠ মৰা লেং-মৰা লৰ মৰা কর্ণভেদী ডিঙিত মৰা পেটি ডিঙিত মৰা ফিটা নিগনি মৰা ফান্দ কলা ঘুমটি মৰা চকুত ধূলি মৰা মৰা মুগা যেন চুকতে থাকি বুকতে কামোৰ মৰা দাগা നിറയൊഴിക്കുക हान्नु ಕಾಳು ಉದುರಿಸು نقش تراوُن संघट्ट् आखि जोबलां तबरदारी झोडपणे मारा मुद्रणं कृ धडक देणे مۄکلٕنۍ چھاپنا چھۄمبُن ژیٚل دُین تَبردٲری تبرداری ٹَکَر இறுக்கு పేల్చు అనుగు ಅಚ್ಚು ಹಾಕು सेरथे सौख्लाय हाणणी ধাক্কা মারা কুঠার চালানোর কাজ মরে যাওয়া ਤਬਰਦਾਰੀ ଧକ୍କା ଦେବା କୁରାଢ଼ିକାମ ଚିପିଦେବା ಘಟಕ ಹಿಸುಕು കെട്ടുപോവുക കോടാലിപ്പണി لایُن उद्गृ وۄٹھ ترٛاوٕنۍ गोफीण मारपी दांग मारप दानलाय-सुलाय Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP