Dictionaries | References

গুপ্ত দুৱাৰ

   
Script: Bengali-Assamese

গুপ্ত দুৱাৰ

অসমীয়া (Assamese) WN | Assamese  Assamese |   | 
 noun  মহল আদিত সজা অসার্বজনিক দুৱাৰ, যাৰ বিষয়ে তাত থকা লোকহে জানে   Ex. শত্রুৱে গুপ্ত দুৱাৰৰ সম্ভেদ পালে আৰু সেই পথেৰে তেওঁলোকে মহলত প্রবেশ কৰিলে
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  কাৰোবাৰ ঘৰৰ পিছৰফালে থকা গুপ্ত দুৱাৰ   Ex. পুলিচ অহাৰ খবৰ শুনিয়েই মনোহৰ গুপ্ত দুৱাৰেদি ওলায় গʼল
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
পিছ দুৱাৰ
Wordnet:
benপেছনের দরজা
kasپوٚت بَر , پوٚت دَروازٕ
mniꯃꯅꯤꯡꯊꯣꯡ
urdچوردروازہ , خفیہ دروازہ , خفیہ راستہ

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP