Dictionaries | References

পুৰণি

   
Script: Bengali-Assamese

পুৰণি     

অসমীয়া (Assamese) WN | Assamese  Assamese
adjective  যিটো বনোৱা বা হোৱাৰ বহুত দিন হৈ গʼল   Ex. এই সংগ্রহালয়টোত বহুত ধৰণৰ পুৰণি বস্তুৰ সংগ্রহ আছে/ প্রাচীনকালত ভাৰত বিশ্ব শিক্ষাৰ কেন্দ্র আছিল
MODIFIES NOUN:
সময় বস্তু ক্রিয়া অৱস্থা
ONTOLOGY:
समयसूचक (Time)विवरणात्मक (Descriptive)विशेषण (Adjective)
SYNONYM:
পুৰণা প্রাচীন পুৰাতন পুৰাকালীন প্রাক্-কালীন আদিম
Wordnet:
bdगोजाम
benপ্রাচীন
gujપ્રાચીન
hinप्राचीन
kanಪುರಾತನ
kasقٔدیٖم , پرٛون , برٛۄنٛہہ کال
kokपोरणें
malപഴയ
marप्राचीन
mniꯊꯥꯏꯅꯒꯤ
nepप्राचीन
oriପ୍ରାଚୀନ
panਪ੍ਰਾਚੀਨ
sanपुराण
tamபண்டையகால
telప్రాచీనమైన
urdقدیم , قدیمی , پرانا , دیرینہ , عہدعتیقی
adjective  বর্তম্ান সময়তকৈ আগৰ বা যিটো বহুদিন আগৰ   Ex. তেওঁ পুৰণি সভ্যতাৰ ওপৰত অধ্যয়ন কৰি আছে
MODIFIES NOUN:
সময় ঘটনা মানৱ কৃতি
ONTOLOGY:
गुणसूचक (Qualitative)विवरणात्मक (Descriptive)विशेषण (Adjective)
SYNONYM:
প্রাচীন পুৰণা পুৰাতন সাতামপুৰুষীয়া পুৰাতনীয়া বহুকলীয়া বিগত গত অতীত বহুদিনীয়া যাত অনেক-কলীয়া পুৰণিকলীয়া পূর্বক্ালীন পূর্বক্ালৰ আগৰ দিনৰ আগৰ কালৰ প্রাচীন কালৰ পুৰণি কালৰ
Wordnet:
bdगोजाम
gujપૂર્વકાલીન
hinपुराना
kasپرٛون , پَتھ کالُک , برٛونٛہہ کالُک
malപുരാതനം
marपूर्वीचा
nepप्राचीन
oriପୁରୁଣା
panਪੁਰਾਣੇ
sanप्राचीनः
tamபழமையான
telపూర్వకాలం
urdپرانا , قدیم , پچھلا
adjective  সময় বা ক্রমৰ দৃষ্টিৰে আগৰ সময়ৰ বা ক্রমৰ   Ex. পুৰণি ্ভাৰতবর্ষ আৰু আজিৰ ভাৰতবর্ষৰ ্মাজত ভালেখিনি পার্থক্য আছে
MODIFIES NOUN:
বস্তু ক্রিয়া অৱস্থা
ONTOLOGY:
अवस्थासूचक (Stative)विवरणात्मक (Descriptive)विशेषण (Adjective)
SYNONYM:
পূর্বৰ আগৰ প্রথমৰ
Wordnet:
bdसिगांनि
benআগেকার
gujપૂર્વ
hinपूर्व
kanಮೊದಲಿನ
kasپَتٕم , برونٛٹھ کالُک , پٕرون
kokपुर्विल्लो
malഭൂതകാലികമായ
marपूर्वीचा
mniꯃꯃꯥꯡꯉꯩꯒꯤ
panਪੂਰਵ
sanपूर्वतन
tamபழங்கால
telపూర్వమైన
urdپچھلا , سابق , پہلا , پرانا , قدیم
See : অতীত

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP