Dictionaries | References প পৰা Script: Bengali-Assamese Meaning Related Words Rate this meaning Thank you! 👍 পৰা অসমীয়া (Assamese) WN | Assamese Assamese | | verb এঠাইৰ পৰা পৰি বা উফালখাই যোৱা অথবা কোনো প্রকাৰে এঠাইৰ পৰা আন ঠাইত গৈ উপনীত হোৱা Ex. গছৰ তলত বহুত গুটি পৰি আছে ENTAILMENT:প্রস্থান কৰা HYPERNYMY:থকা ONTOLOGY:होना क्रिया (Verb of Occur) ➜ क्रिया (Verb)Wordnet:hinपड़ना kasپِیوٚن malവീണു കിടക്കുക marपडणे telపడు urdپڑنا , گراہونا verb দুখ, কষ্ট আদি ওলাই অহা Ex. তেওঁৰ ওপৰত কিমান বিপদৰ ধমুহা পৰিল, তথাপি ্তেওঁ অলপো বিচলিত নহʼল HYPERNYMY:থকা ONTOLOGY:होना क्रिया (Verb of Occur) ➜ क्रिया (Verb)Wordnet:benএসে পড়া kanಕುಸಿದುಬೀಳದೆ ಇರು kasپیوٚن malവന്ന് ഭവിക്കുക marओढावणे mniꯇꯥꯕ panਪੈਣਾ urdپڑنا , بکھرنا verb কাৰোবাৰ ঘৰত নিষ্কর্মা হৈ পৰি থকা Ex. তেওঁ দিনৰ দিনটো ঘৰতে পৰি থাকে, একো কাম-বন নকৰে HYPERNYMY:থকা ONTOLOGY:अवस्थासूचक क्रिया (Verb of State) ➜ क्रिया (Verb) SYNONYM:পৰি থকাWordnet:kanಕುಕ್ಕರಿಸು kasگَرِ بِہُن malമടിപിടിച്ചിരിക്കുക mniꯇꯥꯗꯨꯅ꯭ꯂꯩꯕ oriପଡ଼ିବା panਪਏ ਰਹਿਣਾ tamகிட telవృధాగా పడిఉండు urdپڑنا , بےکارپڑےرہنا verb বেমাৰ হৈ বিছনাত পৰি থকা Ex. ৰঘুনাথে কেবামাহো ধৰি বিছনাত পৰি আছে HYPERNYMY:থকা ONTOLOGY:अवस्थासूचक क्रिया (Verb of State) ➜ क्रिया (Verb)Wordnet:bdगोग्लै hinखाट पर पड़ना kanಬಿದ್ದಿರು kasپیٚتھ kokपडप malകിടപ്പിലാവുക marपडणे mniꯇꯥꯗꯨꯅ꯭ꯂꯩꯕ tamநோயில் படு telపడు urdپڑنا , پڑےرہنا verb ৰাস্তাত হোৱা বা পথৰ মাজত পোৱা Ex. ৰাজনন্দ গাঁৱেৰে দুর্গলৈ যোৱাৰ মাজত শিৱনাথ নদী পৰে HYPERNYMY:থকা ONTOLOGY:अवस्थासूचक क्रिया (Verb of State) ➜ क्रिया (Verb)Wordnet:benপড়া kanಮಧ್ಯ ಸಿಕ್ಕು malകാണപ്പെടുക mniꯊꯦꯡꯅꯕ nepभेटिनु sanवृत् tamதென்படு telపడటం urdپڑنا , آنا verb আৱশ্যকতা হোৱা Ex. আমি মাজত কথা কʼবলৈনো কি গৰজ পৰিছে HYPERNYMY:থকা ONTOLOGY:अवस्थासूचक क्रिया (Verb of State) ➜ क्रिया (Verb) SYNONYM:গৰজ পৰাWordnet:kanಅವಶ್ಯಕತೆ ಇರು kasمجبوٗری malആവശ്യപ്പെടുക mniꯏꯊꯧ꯭ꯇꯥꯕ nepदर्कार panਲੋੜ tamதேவைப்படு telఅవసరమగు urdپڑنا , مداخلت کرنا verb মাজত আহি যোৱা কার্য Ex. এইটো আমাৰ মাজৰ কথা, তুমি ..... নোসোমাবা HYPERNYMY:থকাWordnet:kanಮಧ್ಯದಲ್ಲಿಬರು kasمنٛز ووتُھن malഇടയില് വരിക marपडणे tamதலையிடு telదూరు urdپڑنا verb কোনো মূল্যৰ বিনিময়ত লাভ কৰা বা পোৱা Ex. এই গাড়ীখনত কিমান দাম পৰিল HYPERNYMY:থকা ONTOLOGY:अवस्थासूचक क्रिया (Verb of State) ➜ क्रिया (Verb)Wordnet:malവിലയാവുക tamசெய் urdپڑنا , لاگت آنا verb উৎপন্ন হোৱা Ex. আজি গাখীৰৰ ওপৰত মলাই পৰিল HYPERNYMY:থকা ONTOLOGY:होना क्रिया (Verb of Occur) ➜ क्रिया (Verb)Wordnet:kasوۄتھنہِ malഉണ്ടാകുക mniꯀꯥꯔꯛꯄ panਪੈਣਾ verb প্রবিষ্ট হোৱা Ex. ঘিউখিনিত চৰাইটো পৰিল HYPERNYMY:থকা ONTOLOGY:होना क्रिया (Verb of Occur) ➜ क्रिया (Verb)Wordnet:kasمنٛز kokपडप urdپڑنا , مدغم ہونا verb অভ্যাসত পৰিণত হোৱা এক অৱস্থা Ex. তেওঁৰ মদ ্খোৱাৰ গতত পৰিল HYPERNYMY:থকা ONTOLOGY:अवस्थासूचक क्रिया (Verb of State) ➜ क्रिया (Verb)Wordnet:hinलत पड़ना malശീലമാവുക marलागणे mniꯍꯩꯅꯕꯤ꯭ꯑꯣꯏꯕ tamபழக்கம் ஏற்படு urdپڑنا , لگنا verb ওপৰৰ পৰা তললৈ অহা, যিটো দুর্ঘটন্া হিচাপে পৰিগণিত Ex. তেওঁ ্ চাঁদৰ পৰা পৰিল / ঘটিৰ গাখীৰখিনি বাগৰি পৰিল HYPERNYMY:থকা ONTOLOGY:होना क्रिया (Verb of Occur) ➜ क्रिया (Verb) SYNONYM:(বাগৰি পৰা লুটি খাই পৰা)Wordnet:kasپیوٚن malമറിയുക mniꯇꯥꯕ nepखस्नु oriପଡ଼ିବା sanपत् tamகீழேவிழுந்தான் urdگرنا noun পৰা কার্য Ex. ছাদৰ পৰা তেওঁ ্পৰা কোনেও নেদেখিলে ONTOLOGY:कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:benপড়া gujપડવું kanಬೀಳುವುದು kokपडणी mniꯇꯥꯔꯛꯄ oriପଡ଼ିବା sanपतनम् urdگرنا , گراؤ See : নমাপৰা noun বহলাই দিয়া বা মেলি দিয়া কার্য Ex. বিছনাত বিছনা-চাদৰ পৰাৰ পিছত ্ তেওঁ ঘৰলৈ গʼল ONTOLOGY:कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:পৰা-Wordnet:benবিছানো hinबिछाना kanಹಾಸುವುದು kasترٛاوُن , وَہراوُن kokपसरणी marअंथरणे mniꯐꯝ꯭ꯊꯥꯕ oriବିସ୍ତାରଣ sanआस्तरणम् urdبچھانا , بچھائی পৰা noun কাপোৰ পৰা কাম Ex. তেওঁ ্ সমাৰোহত পঞ্চাশখন বিছনা পাৰিবৰ কাৰণে পঞ্চাশ টকা বিচাৰিছে ONTOLOGY:वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:পৰা- পৰা কামWordnet:bdबनायनि मुज्रा benবিছানোর মজুরী gujપથરામણ kanಹಾಸಲು kasموٚزوٗرۍ , مٔزوٗرۍ , وَہراوٕنۍ kokपातळावणी malവിരിക്കല് marमांडणावळ oriବିଛାଇବା ମଜୁରୀ panਵਿਛਾਈ sanपर्यस्तमूल्यम् urdبچھائی See : থকা- Related Words পৰা (বাগৰি পৰা পৰা কাম গৰজ পৰা জঁয়্্ পৰা অতীজৰে পৰা দৃশ্যপট পৰা ধাৰ পৰা পট পৰা মোলান পৰা লাল পৰা শেঁত্া পৰা হিম পৰা আগৰে পৰা চানি পৰা ভাগি পৰা প্রবাহ পৰা উফন্দি পৰা ওপৰৰ পৰা কʼলা পৰা সৰি পৰা বহি পৰা পিছ পৰা জপিয়াই পৰা লুটি খাই পৰা) চানি পৰা ৰোগ তলৰ পৰা ওপৰলৈকে চিটিকি পৰা চেঁ্চা পৰা চলাব পৰা ছিটিকি পৰা জঁই ্পৰা জোৱাৰ পৰা জঁপিয়াই পৰা টোটোৰা পৰা যৱনিকা পৰা হালি পৰা হুতাহ পৰা অন্ত পৰা আটাহ পৰা ফান্দত পৰা বৈ পৰা ভাঙি পৰা পিছলি পৰা পোতোকা পৰা ওফৰি পৰা খহি পৰা গালি পৰা মনত পৰা ম্লান পৰা ৰঙা পৰা শোটোৰা পৰা শুৱাই পৰা কালিমা দোলাব পৰা কেটুৱাৰ খাট বগা চূণ পৰা দৃশ্যান্ত വീണു കിടക്കുക खस्नु கீழேவிழுந்தான் ಅವಶ್ಯಕತೆ ಇರು गथा जा ओरैनो था खचप ہٮ۪کہِ ہَمُن सकना शकणे शकप शक् जल्नु दर्कार बायफ्ले बनायनि मुज्रा दॄ گَرِ بِہُن گرنا مجبوٗری دزُن சுண்டு پِیوٚن தேவைப்படு மனமுடை చేయగలుగు వృధాగా పడిఉండు सुकती येवप বাইরে থেকে বিছানোর মজুরী ভাটা আসা ঘন হওয়া ਕਾੜਨਾ ਪਏ ਰਹਿਣਾ ପାରିବା ବିଛାଇବା ମଜୁରୀ ଭଟ୍ଟା ପଡ଼ିବା ଭାଙ୍ଗି ପଡ଼ିବା ಕುಕ್ಕರಿಸು ആവശ്യപ്പെടുക കരിഞ്ഞ്പോവുക കഴിയുക Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP