Dictionaries | References

লেঙেৰা

   
Script: Bengali-Assamese

লেঙেৰা

অসমীয়া (Assamese) WN | Assamese  Assamese |   | 
 adjective  যাৰ এটা ভৰি ভাগিলে বা অকর্মন্য হৈ পৰিলে   Ex. লেঙেৰা ব্যক্তিজনে পেং লৈ খোজকাঢ়িবলৈ চেষ্টা কৰি আছে
MODIFIES NOUN:
ONTOLOGY:
गुणसूचक (Qualitative)विवरणात्मक (Descriptive)विशेषण (Adjective)
SYNONYM:
 adjective  যাৰ এটা ভৰি ভাঙিল   Ex. লেঙেৰাজন চকীত বহোঁতেই সৰি পৰিল
MODIFIES NOUN:
ONTOLOGY:
अवस्थासूचक (Stative)विवरणात्मक (Descriptive)विशेषण (Adjective)
 noun  খোৰাই খোৰাই খোজকঢ়া অৱস্থা   Ex. আপোনাৰ লেঙেৰাই থকাৰ কাৰণ কি ?
ONTOLOGY:
शारीरिक अवस्था (Physiological State)अवस्था (State)संज्ञा (Noun)
 noun  যিজনৰ হাত বা ভৰিত বিকৃতি আছে   Ex. চার্কাছত লেঙেৰাৰ খেলা দেখি ্দর্শক আচৰিত হৈছিল
HYPONYMY:
পঙ্গু লেঙেৰা
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  যি ব্যক্তিৰ এটা ভৰি অকামিলা হৈ গʼল বা ভাগি গʼল   Ex. লেঙেৰাজনে পেঙৰ সহায়ত খোজ কাঢ়িবলৈ চেষ্টা কৰি আছে
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 adjective  যি ভৰিত কোনো ধৰণৰ কষ্ট, দোষ বা বিকাৰ থকা বাবে বেকাকৈ খোজ কাঢ়ে   Ex. লেঙেৰা ৰোগীজন অলপ দূৰ খোজকাঢ়ি বহি দিলে
MODIFIES NOUN:
ONTOLOGY:
अवस्थासूचक (Stative)विवरणात्मक (Descriptive)विशेषण (Adjective)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP