কাৰোবাৰ আজ্ঞা বা কথা নমনা কার্য ্বা ভাব
Ex. ডাঙৰৰ আদেশ অৱজ্ঞা কৰিব নাপায় বুলি আমাক সৰুৰে পৰাই শিকোৱা হয়
ONTOLOGY:
कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
অৱহেলা অনাদৰ আওকাণ উপেক্ষা আওহেলা হেলা হেলা-ওটা অগ্রাহ্য
Wordnet:
bdनेवसिगारनाय
benঅবহেলা
gujઅવહેલના
hinअवहेलना
kanತಿರಸ್ಕಾರ
kokअवज्ञा
malനിന്ദ
marअवज्ञा
mniꯏꯟꯗꯕ
nepअवज्ञा
oriଅବଜ୍ଞା
panਉਲੰਗਣਾ
tamஅலட்சியம்
telఅవిధేయత
urdحکم عدولی , خلاف ورزی