জন্মৰ পৰা ধৰি এতিয়ালৈকে জীৱন কাল বা পাৰ হৈ যোৱা জীৱন কাল
Ex. শ্যাম মোতকৈ বয়সত দুবছৰ ডাঙৰ/ এই প্রতিযোগিতাত দহ বছৰতকৈ কম বয়সৰ লʼৰা-ছোৱালীয়ে অংশগ্রহণ কৰিব নোৱাৰে
ONTOLOGY:
अवधि (Period) ➜ समय (Time) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
আয়ুস আয়ু পৰমায়ু আয়ুকাল আয়ুষ্কাল আয়ুবেলি জীৱনকাল জীৱদ্দশা
Wordnet:
bdबैसो
gujઉંમર
hinउम्र
kanವಯಸ್ಸು
kasوٲنس
kokपिराय
malവയസ്സ്
marवय
mniꯆꯍꯤ
nepउमेर
oriବୟସ
panਉਮਰ
tamவயது
telవయస్సు
urdعمر , زندگی