এবিধ লতাজাতীয় গছৰ পৰা পোৱা অলপ দীঘলীয়া ফল, যাক পাচলি হিচাপে খোৱা যায়
Ex. মায়ে আজি ভোলৰ চব্জি ৰান্ধিছে
HOLO COMPONENT OBJECT:
ভোল গছ
ONTOLOGY:
खाद्य (Edible) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benনেনুয়া
gujગલકું
kasپَنٛجیبۍ اَل
malകോവയ്ക്ക
mniꯅꯩꯅꯨꯑꯥ
oriନେନୁଏ
sanघोषकः
tamநெய்பீக்கு