Dictionaries | References ৰ ৰাজ্য Script: Bengali-Assamese Meaning Related Words Rate this meaning Thank you! 👍 ৰাজ্য অসমীয়া (Assamese) WN | Assamese Assamese | | noun এজন ৰজা বা ৰাণীৰ দ্বাৰা শাসিত অঞ্চল Ex. মোগলকালীন যুগত ভাৰতবর্ষ সৰু-সৰু ্ৰাজ্যত বিভক্ত আছিল HYPONYMY:ইজৰাইল বাদচাহী সাম্রাজ্য ONTOLOGY:भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:প্রদেশWordnet:bdरायजो gujરાજ્ય hinराज्य kanರಾಜ್ಯ malനാട്ടുരാജ്യം marराज्य nepराज्य panਰਾਜ sanराज्यम् tamஆட்சி urdسلطنت , علاقہ , جائے سکونت noun কোনো প্রদেশত বসবাস কৰা লোক Ex. সমগ্র ৰাজ্য মুদ্রাস্ফীতিৰ কাৰণে বিবুধিত পৰিছে MERO MEMBER COLLECTION:ব্যক্তি ONTOLOGY:समूह (Group) ➜ संज्ञा (Noun) SYNONYM:প্রদেশ প্রান্তWordnet:bdराज्योयारि benপ্রদেশ malപ്രദേശത്തുള്ളവര് panਪ੍ਰਦੇਸ਼ sanप्रजा telప్రదేశం noun যি শাসনতন্ত্রত ৰাজ্যৰ শাসন কোনো ৰজা বা ৰাণীৰ অধীনত থাকে Ex. খৰাং বতৰৰ কাৰণে ৰাজ্যই সকলো কৃষকৰে কৰ ৰেহাই দিলে ONTOLOGY:समूह (Group) ➜ संज्ञा (Noun)Wordnet:bdराज्यो benরাজ্য kanರಾಜ್ಯ kasرِیاسَت , بادشٲہی malരാജഭരണം urdسلطنت , بادشاہت noun এখন ধৰি লোৱা ক্ষেত, যʼত কোনোবাই প্রভাৱ বিস্তাৰ Ex. চাৰিওফালে মিছাৰ ৰাজ্য ONTOLOGY:मनोवैज्ञानिक लक्षण (Psychological Feature) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:দেশ সাম্রাজ্য স্থলীWordnet:bdराज्यो benরাজ্য kasراج , راج تاج kokराज्य malദേശം panਰਾਜ sanसाम्राज्य tamஆட்சி telరాజ్యం urdراج , حکومت , سلطنت , حکمرانی noun কোনো এখন দেশৰ এটা অংশ যʼত তাৰ নাগৰিকৰ শাসন-পদ্ধতি, ভাষা, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আদি অন্যৰ পৰা পৃথক আৰু স্বতন্ত্র Ex. অসম ভাৰতবর্ষৰ ্ এখন ৰাজ্য / স্বাধীন ভাৰতত এতিয়া ঊনত্রিশখন প্রদেশ আছে HOLO COMPONENT OBJECT:দেশ HOLO MEMBER COLLECTION:ভাৰত যুক্তৰাজ্য HYPONYMY:অসম কর্ণাটক কেৰেলা উত্তৰ প্রদেশ উৰিষ্যা অৰুণাচল প্রদেশ অন্ধ্রপ্রদেশ আন্দামান নিকোবৰ কাশ্মীৰ গুজৰাট তামিলনাডু গোৱা চিক্কিম উত্তৰাঞ্চল নাগালেণ্ড হিমাচল প্রদেশ মধ্য প্রদেশ হৰিদ্বাৰ পশ্চিম বংগ আগৰতলা পঞ্জাৱ ৰাজস্থান বিহাৰ হাৰিয়ানা মহাৰাষ্ট্র মেঘালয় মণিপুৰ লাক্ষাদ্বীপ দমন আৰু ডিউ মিজোৰাম দাদৰা আৰু নগৰ হাভেলী পণ্ডিচেৰী সিন্ধু হংকং জর্জিয়া ছত্তিশগড় ঝাৰখণ্ড চণ্ডীগড় দিল্লী আমেৰিকা মিত্রজোঁট ONTOLOGY:भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:প্রদেশ দেশ প্রান্তৰWordnet:benরাজ্য gujરાજ્ય hinप्रदेश kanಪ್ರದೇಶ kokराज्य malപ്രവിശ്യ marराज्य mniꯔꯥꯖꯌ꯭ nepप्रदेश oriପ୍ରଦେଶ panਰਾਜ sanराज्यम् tamமாநிலம் telరాష్ట్రం urdریاست , صوبہ noun স্বায়ত্ব অঞ্চলৰ শাসনৰ দ্বাৰা সন্মিলিত হোৱা লোক-সমষ্টি Ex. ৰাজ্য আয়কৰ বৃদ্ধি কৰি দিলে ONTOLOGY:समूह (Group) ➜ संज्ञा (Noun) SYNONYM:প্রদেশWordnet:bdरज्यो gujરાજ્ય kasرِیاسَت malസംസ്ഥാനം sanराज्यम् tamராஜ்யம் urdصوبہ , ملک Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP