পানীত পোৱা এবিধ অলপ দীঘল আৰু সৰু অমেৰুদণ্ডী প্রাণী, যিয়ে অন্য জীৱৰ শৰীৰত লিপিত খাই ধৰি তেজ শুহে
Ex. মʼহটো পুখুৰীত নমাৰ লগে লগে তাৰ গাত কেইবাটাও জোক লাগি ধৰিলে
ONTOLOGY:
जलीय-जन्तु (Aquatic Animal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
bdबेलाव
benজোঁক
gujજળો
hinजोंक
kanಜಿಗಣೆ
kasدٕرٕک
kokजळू
malനീരട്ട
marजळू
mniꯇꯤꯝꯐꯥ
nepजुको
oriଜୋକ
panਜੋਂਕ
sanजलौका
tamஅட்டை
telజలగ
urdجونک