হাতীৰ সন্মুখৰ ফালে মাটিলৈকে ওলমি থকা দীঘল অংগ, যি নাকৰ কাম কৰে
Ex. হাতীয়ে শুঁৰেৰে কাঠৰ ডাঙৰ ডাঙৰ টুকুৰা দঙা-পাৰা কৰে
HOLO COMPONENT OBJECT:
হাতী
ONTOLOGY:
शारीरिक वस्तु (Anatomical) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
শুঁৰ শুণ্ড কুঞ্জৰাস্য কৰিকৰ হস্তীহস্ত
Wordnet:
bdसुन्दाय
benশুঁড়
gujસૂંઢ
hinसूँड़
kanಸೊಂಡಿಲು
kasکَر
kokसोंड
malതുമ്പികൈ
marसोंड
mniꯁꯥꯃꯨꯒꯤ꯭ꯅꯥꯇꯣꯟ
nepसुँड
oriଶୁଣ୍ଢ
panਸੁੰਡ
sanशुण्डा
tamதுதிக்கை
telతొండం
urdسونڈ