Dictionaries | References

পুতলা

   
Script: Bengali-Assamese

পুতলা

অসমীয়া (Assamese) WN | Assamese  Assamese |   | 
 noun  খেলাৰ কাৰণে বনোৱা বস্তু   Ex. লʼৰা-ছোৱালীবোৰে পুতলাৰে খেলি আছে
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  লʼৰা-ছোৱালীয়ে খেলিবৰ কাৰণে সাজি লোৱা কাপোৰ, কাগজ আদিৰ বস্তু   Ex. দেউতাই পৱনৰ কাৰণে এটা পুতলা কিনিলে
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  সৰু লʼৰা-ছোৱালীয় খেলিবৰ কাৰণে কাপোৰ প্লাষ্টিক আদিৰে মানুহৰ আকৃতিৰ নিচিনাকৈ সজা খেলা সামগ্রী   Ex. শিশুৱে পুতলা লৈ খেলি আছে
HYPONYMY:
কাঠৰ পুতলা
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
   see : পুত্তলিকা

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP