Dictionaries | References

পৰিশিষ্ট

   
Script: Bengali-Assamese

পৰিশিষ্ট     

অসমীয়া (Assamese) WN | Assamese  Assamese
adjective  থাকি যোৱা বা ৰাহি হোৱা   Ex. আপুনি এই পৰিশিষ্ট পৃষ্ঠা কেইটাও ছপাই দিয়ক
MODIFIES NOUN:
কাম বস্তু
ONTOLOGY:
गुणसूचक (Qualitative)विवरणात्मक (Descriptive)विशेषण (Adjective)
Wordnet:
bdथालांनाय
benপরিশিষ্ট
gujપરિશિષ્ટ
kanಮುದ್ರಿಸದ
kasبَچیومُت
mniꯅꯥꯟꯊꯣꯛꯍꯧꯔꯤꯕ
nepपरिशिष्ट
panਪਰਿਸ਼ਿਸ਼ਟ
tamவிடுபட்ட
urdبقیہ , باقی ماندہ
noun  কোনো কিতাপৰ অতিৰিক্তি অংশ বিশেষ যʼত কিছমান এনেকুৱা কথা দিয়া থাকে যাৰ কাৰণে কিতাপখনৰ গুৰুত্ব আৰু বাঢ়ে   Ex. কিতাপখনৰ পৰিশিষ্ট পঢ়িয়েই জগতে কিতাপখন কিনি লʼলে
ONTOLOGY:
भाग (Part of)संज्ञा (Noun)
Wordnet:
bdदाजाबमु बिलाइ
benপরিশিষ্ঠ
hinपरिशिष्ट
kokपरिशिश्ट
malപരിശിഷ്ടം
mniꯐꯥꯍꯟꯕ꯭ꯁꯔꯨꯛ
oriପରିଶିଷ୍ଟ
panਅੰਤਿਕਾ
tamபிற்சேர்க்கை
urdضمیمہ , تتمہ , ملحقہ
noun  কোনো গ্রন্থ, লেখা আদিৰ সেই অন্তিম অংশ যʼত দৰকাৰী বা ব্যৱহাৰিক কথা সন্নিৱিষ্ট কৰা হয় যিবোৰ পূর্বে উল্লেখ কৰা নাথাকে   Ex. শিক্ষকৰ মনোযোগ হঠাৎ পৰিশিষ্টৰ পিনে পৰিল
ONTOLOGY:
भाग (Part of)संज्ञा (Noun)
Wordnet:
hinपरिशिष्ट
mniꯃꯃꯩ꯭ꯊꯪꯕ꯭ꯁꯔꯨꯛ
urdتتمّہ , ضمیمہ , ملحقہ

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP