কাৰোবাৰ বিৰুদ্ধে মিছা তথ্য সংগ্রহ কৰি লৈ মনে বিচৰা ধৰণে তেনে ব্যক্তিক সংগৃহীত তথ্যৰ ভিত্তিত ভাবুকি দিয়া কার্য
Ex. প্রথমে সি্ছোৱালীবোৰক ফুচুলাই অশ্লীল ফটো তুলিছিল আৰু পিছত ব্লেকমেইল কৰিছিল
ONTOLOGY:
कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
bdफाननाय
gujબ્લેકમેલ
hinब्लैकमेल
kasبٕلیک میل
kokब्लॅकमेल
malബ്ലാക്മെയില്
marब्लॅकमेल
mniꯕꯂ꯭ꯦꯛꯃꯦꯜ
nepब्लेकमेल
oriବ୍ଲାକମେଲ
panਬਲੈਕਮੇਲ
urdبلیک میل
কাৰোবাৰ বিৰুদ্ধে ভুল বা গোপনীয় তথ্য সংগ্রহ কৰি তাৰ জৰিয়তে কোনো ব্যক্তিক ভয় দেখুৱাই টকা সংগ্রহ কৰা কার্য
Ex. পুলিচে এটা এনেকুৱা অপৰাধীক ধৰিলে যি ধনী মহিলাসকলক ব্লেকমেইল কৰি বহু টকা লুটিলে
ONTOLOGY:
कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
kasبٕلیک میل
tamஅச்சுறுத்தல்
urdبیلک میل