Dictionaries | References

মেৰুদণ্ড

   
Script: Bengali-Assamese

মেৰুদণ্ড

অসমীয়া (Assamese) WN | Assamese  Assamese |   | 
 noun  পৃথিৱীৰ উত্তৰ আৰু দক্ষিণ মেৰু সংযোগ কৰা কাল্পনিক সৰল ৰেখা   Ex. পৃথিৱীয়ে তাৰ নিজৰ মেৰুদণ্ডত ঘূৰে
ONTOLOGY:
काल्पनिक स्थान (Imaginary Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  পিঠিৰ মাজত থকা দীঘল হাড়   Ex. আমি সদায় মেৰুদণ্ড পোন কৰি ৰাখিব লাগে / ৰাজহাড় পোন কৰি ৰাখিবলৈ পোন হৈ বহিব লাগে
ONTOLOGY:
शारीरिक वस्तु (Anatomical)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP