পথাৰ আৰু হাবি-জংগলত থকা এবিধ চাৰিঠেঙীয়া তৃণভোজী প্রাণী
Ex. হৰিণৰ ছালত বহি ঋষি-মুনিসকলে তপস্যা কৰিছিল
HYPONYMY:
কৃষ্ণমৃগ বাৰশিঙা হৰিণী কস্তুৰী মৃগ হৰিণ
ONTOLOGY:
स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
SYNONYM:
হৰিণা হৰিণা পহু মৃগ কুৰংগ কুৰঙ্গ
Wordnet:
benহরিণ
gujહરણ
hinहिरण
kanಚಿಗರೆ
kasروٗسۍ کٔٹ , ہَرَن
malമാന്
marहरीण
mniꯁꯖꯤ
oriହରିଣ
panਹਿਰਨ
sanमृगः
tamமான்
telజింక
urdہرن , مرگ , آہو
হৰিণাৰ মতা জাতি
Ex. এহাল হৰিণ আৰু হৰিণীয়ে বাগিচাত জঁপিয়াই ঘূৰি ফুৰিছে
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
হৰিণা হৰিণা পহু মৃগ কুৰঙ্গ কুৰঙ্গক ঋষা সাৰঙ্গ সুনয়ন
Wordnet:
bdबुन्दा मै
gujહરણ
kanಗಂಡು ಜಿಂಕೆ
kasہِرَن
malമാന്
sanकुरङ्गः
tamஆண்மான்
urdہرن , آہو , مِرگ