Dictionaries | References

অধিকাৰ

   
Script: Bengali-Assamese

অধিকাৰ

অসমীয়া (Assamese) WN | Assamese  Assamese |   | 
 noun  কোনো বস্তু বা সম্পত্তি আদিৰ ওপৰত বলপূর্বক ্ভাবে আৰোপ কৰা প্রভুত্ব   Ex. সৈনিকে কিল্লাটো নিজৰ অধিকাৰত আনিলে
ONTOLOGY:
स्वामित्व (possession)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
bdबेंथायाव लाबोना
mniꯈꯨꯗꯨꯝ꯭ꯆꯟꯕ꯭ꯐꯤꯕꯝ
urdقبضہ , قابو , تسلط , اختیار , زور , دعوی , اقتدار
 noun  যিহৰ আধাৰত কোনো বস্তু নিজৰ ওচৰত ৰখা অথবা কাৰোবাৰ পৰা লোৱা বা খুজিব পৰা যায়   Ex. এই সম্পত্তিৰ ওপৰত সীতাৰো অধিকাৰ আছে
ONTOLOGY:
ज्ञान (Cognition)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  কোনোৱে কিবা কৰিব পৰাৰ যোগ্যতা   Ex. কিছুমান মানুহে নিজৰ অধিকাৰৰ অপব্যৱহাৰ কৰে
ONTOLOGY:
गुण (Quality)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
   see : আধিপত্য

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP