কম হৈ অহা কার্য
Ex. বানপীড়িত গঞাই নদীৰ পানী কমা দেখি অলপ সকাহ পালে
ONTOLOGY:
कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
নামি যোৱা বা কমি যোৱা
Ex. আজি ৰাতিপুৱাহে তেওঁৰ জ্বৰ কমিল
ONTOLOGY:
अवस्थासूचक क्रिया (Verb of State) ➜ क्रिया (Verb)
ঘাটি হোৱা বা কমি যোৱা
Ex. বৰষুণ কম হোৱাৰ কাৰণে এই বছৰ ফচল কমিল
ONTOLOGY:
अवस्थासूचक क्रिया (Verb of State) ➜ क्रिया (Verb)
একেবাৰে আদায় নোহোৱা
Ex. হাজাৰৰ পৰা এশ টকা কমি গʼল
ONTOLOGY:
अवस्थासूचक क्रिया (Verb of State) ➜ क्रिया (Verb)
ক্ষীণ হোৱা
Ex. ৰোগীৰ শৰীৰ দিনে-দিনে কমি আহিছে
ONTOLOGY:
अवस्थासूचक क्रिया (Verb of State) ➜ क्रिया (Verb)