Dictionaries | References

খৰচ

   
Script: Bengali-Assamese

খৰচ

অসমীয়া (Assamese) WN | Assamese  Assamese |   | 
 noun  কোনো কাম সম্পূর্ণ কৰিবৰ কাৰণে পাৰিশ্রমিক, মূল্য আদিৰ ৰূপত ধন দিয়া বা লগোৱা কার্য   Ex. এই ভৱনটো নি্র্মাণৰ কাৰণে লাখ টকা খৰচ হʼল
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
 noun  কোনো বস্তু ক্রয় কৰা বা তৈয়াৰ কৰাৰ বাবদ লগা ধনৰাশি   Ex. সেই ঘৰটো সাজিবলৈ কিমান খৰচ পৰিব
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP