Dictionaries | References

মাৰাঠী

   
Script: Bengali-Assamese

মাৰাঠী

অসমীয়া (Assamese) WN | Assamese  Assamese |   | 
 adjective  মহাৰাষ্ট্রত থকা বা বসতি কৰা   Ex. সন্ত টুকাৰামৰ মাৰাঠী জনসাধাৰণৰ ওপৰত বিশেষ ধৰণৰ প্রভাৱ আছে
ONTOLOGY:
संबंधसूचक (Relational)विशेषण (Adjective)
Wordnet:
mniꯃꯍꯥꯔꯥꯁꯇ꯭ꯔ꯭ꯗ꯭ꯂꯩꯕ
urdمراٹھی , مہاراشٹری , مہاراشٹرین
 adjective  মাৰাঠী ভাষাৰ সৈতে সম্বন্ধ থকা   Ex. মাৰাঠী সাহিত্য বহু বিকশিত আৰু উন্নত
MODIFIES NOUN:
ONTOLOGY:
संबंधसूचक (Relational)विशेषण (Adjective)
 adjective  মহাৰাষ্ট্রৰ সৈতে সম্বন্ধ থকা বা মহাৰাষ্ট্রৰ   Ex. নেতাগৰাকীয়ে পৰম্পৰাগত মাৰাঠী বেশ-ভূষা পৰিধান কৰি মঞ্চত উঠিলে
Wordnet:
mniꯃꯔꯥꯊꯥꯒꯤ
 adjective  যাৰ মাতৃভাষা মাৰাঠী   Ex. তাত্যাপাৰাত মাৰাঠী লোকৰ সংখ্যাগৰিষ্ঠতা আছে
MODIFIES NOUN:
ONTOLOGY:
संबंधसूचक (Relational)विशेषण (Adjective)
 noun  ভাৰতবর্ষৰ ্মহাৰাষ্ট্র ৰাজ্যৰ ভাষা   Ex. ভালেমান বছৰ ধৰি মুম্বাইত থকাৰ কাৰণে তেওঁ ্মাৰাঠীটো কথা পাতিব পাৰে
ONTOLOGY:
भाषा (Language)विषय ज्ञान (Logos)संज्ञा (Noun)
SYNONYM:
মাৰাঠী ভাষা
 noun  ভাৰতবর্ষৰ ্মহাৰাষ্ট্র ৰাজ্যৰ নিবাসী   Ex. কেইবাজনো মাৰাঠী মোৰ ভাল বন্ধু
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP