ৰুটি, ভাত আদিৰ লগত খোৱাৰ কাৰণে উতলোৱা বা সিজোৱা দাইলৰ এক ৰূপ
Ex. মায়ে আজি দাইল, ভাত আৰু আলুৰ আঞ্জা ৰান্ধিছে
MERO COMPONENT OBJECT:
পানী দাইল
ONTOLOGY:
खाद्य (Edible) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
bdमुसुर दालि
gujદાળ
hinदाल
kanಉಶ್ಲಿ
kokदाळीचो रोस
marवरण
mniꯍꯋꯥꯏ꯭ꯊꯣꯡꯕ
nepदाल
panਦਾਲ
sanआम्लसूपम्
tamபருப்பு
telపప్పు
urdدال
ৰহৰ, মগু, বুট আদি শস্য দলি তৰকাৰী হিচাপে ৰান্ধি খোৱা খাদ্য
Ex. তেওঁ ্ মগু দাইলৰ পকৰি খুউব ভাল পায়
HOLO COMPONENT OBJECT:
দাইল
ONTOLOGY:
भाग (Part of) ➜ संज्ञा (Noun)
Wordnet:
gujદાળ
kasدال
malപരിപ്പ്
marडाळ
sanकुसूलः