Dictionaries | References

শূন্য

   
Script: Bengali-Assamese

শূন্য

অসমীয়া (Assamese) WN | Assamese  Assamese |   | 
 adjective  কোনো বস্তু, গুণ আদি নোহোৱা হোৱা বা খালী হৈ যোৱা   Ex. বৰষুণৰ অভাৱত এই পুখুৰীটো পানী শূন্য হʼল
ONTOLOGY:
अवस्थासूचक (Stative)विवरणात्मक (Descriptive)विशेषण (Adjective)
 noun  কোনো সংখ্যাৰ লগত যোগ বা বিয়োগ কৰিলে তাৰ মানৰ পৰি্ৱর্তন ্নোহোৱা গণিতৰ এক বিশেষ সংখ্যা বিশেষ   Ex. এক-ৰ পিছত এটা শূন্য বহুৱালে দহ সংখ্যা পোৱা যায়
ONTOLOGY:
गणित (Mathematics)विषय ज्ञान (Logos)संज्ञा (Noun)
 noun  খালী বা ৰিক্ত স্থান   Ex. তেওঁ শূন্যত ঘূৰি আছিল
ONTOLOGY:
स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
 noun  পৃথিৱী আৰু আকাশৰ মাজৰ ঠাই   Ex. যাদুকৰে শূন্যত মোক ৰাখি থʼলে
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
   see : আকাশ, খালী

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP