সৰু দুমুখীয়া জোং যিহেৰে হাতী চলোৱা হয় আৰু বশ কৰিবৰ কাৰণে ৰাখেহাতী চলাবলৈ আৰু বশ কৰিবলৈ ব্যৱহাৰ কৰা সৰু দুমুখীয়া জোং
Ex. মেলাত মাউতে হাতীৰ মূৰত বাৰে বাৰে অংকুশেৰে প্রহাৰ কৰিছিল
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
অঙ্কুশ গজাঙ্কুশ গজাকোঁহ হস্তীবাহ যঠা গুপ্তি লাং চিং ডঠ ডঠা
Wordnet:
bdअंकुस
benঅঙ্কুশ
gujઅંકુશ
hinअंकुश
kanಅಂಕುಶ
kasاَنٛکُش
kokभालो
malതോട്ടി
marअंकुश
mniꯁꯥꯃꯨ꯭ꯀꯥꯇꯤ
nepअङ्कुश
oriଅଙ୍କୁଶ
panਸੂਲ
sanअङ्कुशः
tamதார்க்கோல்
telఅంకుశం
urdآنکس , آر , مہمیز