Dictionaries | References

অনুৰোধ

   
Script: Bengali-Assamese

অনুৰোধ

অসমীয়া (Assamese) WN | Assamese  Assamese |   | 
 adjective  বিশেষভাৱে আজ্ঞা দি বা অনুৰোধ কৰি কৰোৱা, মগোৱা বা তৈয়াৰ কৰোৱা   Ex. আমি ৰেডিঅʼত অনুৰোধৰ গান শুনি আছোঁ
MODIFIES NOUN:
ONTOLOGY:
संबंधसूचक (Relational)विशेषण (Adjective)
 noun  কোনো কথা বা কামত সন্মতি আদায়ৰ কাৰণে সন্মান সহকাৰে জনোৱা এক কার্য   Ex. কাৰোবাৰ অনুৰোধক নেওচা দিয়াটো ভাল কথা নহয়
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  কাৰোবাৰ হকে কোনোৱে কৰা অনুকূল অনুৰোধ   Ex. দলপতি মহোদয়ে চাকৰিৰ কাৰণে উপায়ুক্তক অনুৰোধ কৰিলে
ONTOLOGY:
संप्रेषण (Communication)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
   see : প্রার্থ্্না

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP