হাত, মুখ মোচাৰ কাৰণে ব্যৱহাৰ কৰা সৰু কাপোৰ বিশেষ যিখন প্রায়েই খোৱা টেবুলৰ ওপৰত ৰখা হয়
Ex. খোৱাৰ সময়ত নেপকিনখন কোলাত ৰাখি লʼলে পিন্ধা কাপোৰ লেতেৰা হোৱাৰ সম্ভাৱনা নাথাকে
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
bdफालि
benন্যাপকিন
gujનેપકિન
hinनैपकिन
kasنافکِن
kokनॅपकीन
malകൈലേസ്
marरुमाल
mniꯅꯦꯄꯀꯤꯟ
nepनेपकिन
oriରୁମାଲ
tamகைக்குட்டை
telతువాలు
urdنپکِین