যʼত কোনো ধৰণৰ বাধা নাথাকে
Ex. মুকলি বতাহত খোজকঢ়া স্বাস্থ্যৰ বাবে উপকাৰী
MODIFIES NOUN:
বস্তু ক্রিয়া অৱস্থা
ONTOLOGY:
अवस्थासूचक (Stative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
Wordnet:
kanತೆರೆದ
kasکُھلہٕ
tamதிறந்தவெளி
যিটো বান্ধি ৰখা হোৱা নাই
Ex. মুকলি হৈ থকা চৰাইবোৰে আকাশত আনন্দতে কিচিৰ-মিচিৰ কৰি আছে
ONTOLOGY:
गुणसूचक (Qualitative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
SYNONYM:
উন্মুক্ত উদং খোলা ফলঙা ঢঢৈয়া ফলং ফলং-লং ধোবাং বাং মুকলি-হাকলি ফলংলঙীয়া অনাচ্ছাদিত অনাবৃত
Wordnet:
bdउदां
benউন্মুক্ত
gujઆઝાદ
hinमुक्त
kanನಿರ್ಭಂದನದ
kasآزاد , یَلہٕ
kokमुक्त
malസ്വന്ത്രമായ
marमुक्त
mniꯃꯅꯤꯡ꯭ꯇꯝꯂꯕ
nepउन्मुक्त
oriଉନ୍ମୁକ୍ତ
sanउन्मुक्त
tamசுதந்தரமான
telబంధనరహితమైన
urdآزاد , کھلا , بے قید