ৰবৰ গছৰ পৰা ওলোৱা বগা আঠালেটীয়া ৰস শুকুৱাই তৈয়াৰ কৰা এবিধ পদার্থ
Ex. আমাৰ দৈনন্দিন জীৱনত আৱশ্যক হোৱা বহুতো বস্তু ৰবৰৰ পৰা তৈয়াৰ কৰা হয়
HOLO COMPONENT OBJECT:
ৰবৰ গছ
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
bdरबर
kanರಬ್ಬರ್
kasرَبَر
kokरबर
oriରବର
urdربر , ربڑ
পেঞ্চিল আদিৰে লিখা অংশ মোহাৰিব পৰা ৰবৰৰ টুকুৰা বিশেষ
Ex. এই ভুল উত্তৰটো ৰবৰেৰে মোহাৰি শুদ্ধ উত্তৰটো লিখা
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benরবার
gujરબડ
kanರಬ್ಬರು
kasرَبَر
kokखोडरबर
malറബ്ബര്
marखोडरबर
mniꯏꯔꯦꯖꯔ
sanआघर्षणी
urdربڑ , ربر