বন্দুকৰ নিচিনা অস্ত্রত গুলী চলাবৰ কাৰণে টানি বা হেঁচি ধৰা ছাবি বিশেষ
Ex. তেওঁ লক্ষ্য স্হিৰ কৰি ্ঘোঁৰা টিপি দিলে
ONTOLOGY:
भाग (Part of) ➜ संज्ञा (Noun)
Wordnet:
bdसिलायनि गराय
kanಚಾಪು ಸನ್ನೆಕೀಲು
mniꯅꯣꯡꯃꯩ꯭ꯇꯦꯡꯈꯜ
দবা খেলৰ এক প্রকাৰৰ গুটি বা মোহৰা
Ex. তেওঁৰ ্এটা ঘোঁৰা মৰা পৰিল
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
এক ধৰণৰ ওখ স্টুল যʼত উঠিবৰ বাবে চিৰি বনোৱা থাকে
Ex. ঘোঁৰাত উঠি বায়ে ফেন পৰিস্কাৰ কৰ আছে
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
ঘোঁৰাৰ মতা
Ex. সৈনিকে হয় ঘোঁৰা নহয় ঘোঁৰীত উঠি ফুৰি আছিল
ONTOLOGY:
स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)