Dictionaries | References

টনা

   
Script: Bengali-Assamese

টনা

অসমীয়া (Assamese) WN | Assamese  Assamese |   | 
 verb  যন্ত্রৰ অংগ টান কৰি বহুওৱা   Ex. তেওঁ ্ ৰেঞ্চডালেৰে যন্ত্রৰ অংশ এটা টানি আছিল
HYPERNYMY:
ONTOLOGY:
कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
SYNONYM:
টান কৰা টাইট কৰা
 noun  টনা কার্য ্বা ভাব   Ex. অধিক টনাৰ কাৰণে ৰবৰ টুকুৰা ছিঙি থাকিল
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 verb  ঘঁহনি খাই যোৱাকৈ টনা কার্য   Ex. তেওঁ মেজৰ কিতাপখন মোৰ ফালে টানিলে
HYPERNYMY:
টনা
ONTOLOGY:
गतिसूचक (Motion)कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
 verb  কাৰোবাক কোনো কামত বলপূর্বক্্ভাৱে জড়িত কৰা   Ex. মোৰ মন নথকা স্বত্বেও ৰামে মোক এই কামটোলৈ টানিলে
ONTOLOGY:
कार्यसूचक (Act)कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
 noun  টনাৰ কাৰ্য বা ভাব   Ex. অত্যধিক টনাৰ কাৰণে এই ৰছীডাল ছিঙি থাকিল
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 verb  কʼৰবাত লাগি থকা কোনো বস্তু টানি পেলোৱা কার্য   Ex. এঙামূৰি দিয়াৰ সময়ত আমি নিজৰ হাত-ভৰি টানো
HYPERNYMY:
ONTOLOGY:
()कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
 noun  কোনো বস্তুৰ সম্প্ৰসাৰণ ঘটোৱা কাৰ্য   Ex. টনাৰ কাৰণে এইকেইডাল তাঁৰৰ দীৰ্ঘতা বাঢ়ি গৈছে
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benটানার কাজ
mniꯆꯤꯡꯕꯒꯤ꯭ꯊꯕꯛ
urdکھنچائی , تنائی
 verb  কোনো বস্তুক তাৰ দৈর্ঘ্য বা প্রস্থলৈকে বঢ়াই লৈ যোৱা   Ex. চিকাৰীয়ে ধনুৰ গুণ টানিছে
HYPERNYMY:
ONTOLOGY:
()कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
SYNONYM:
 verb  বলপূর্বকভ্াৱে নিজৰ ফাললৈ অনা   Ex. লʼৰা-ছোৱালীবোৰে গছৰ ডালত বান্ধি থোৱা ৰচীডাল টানি আছে
HYPERNYMY:
ONTOLOGY:
कार्यसूचक (Act)कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
 verb  খাপ, বেগ আদিৰ পৰা কোনো স্তুক বেগেৰে বাহিৰলৈ উলিওৱা কার্য   Ex. ৰজাই খাপৰ পৰা তৰোৱালখন টানিলে
HYPERNYMY:
ONTOLOGY:
()कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
SYNONYM:
টানি উলিওৱা
Wordnet:
benবের করা
urdکھینچنا , باہرنکالنا , اینچنا
 verb  ৰেখাৰ সমান দূৰলৈকে যোৱা বস্তুৰ নি্র্মাণ কৰা   Ex. চৰকাৰে এই বান্ধৰ পৰা আৰু এটা নলা টানিলে
ONTOLOGY:
कार्यसूचक (Act)कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
   see : অঁ্কা, চৰোৱা, টানি ধৰা

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP