Dictionaries | References

উপনিৱেশ

   
Script: Bengali-Assamese

উপনিৱেশ

অসমীয়া (Assamese) WN | Assamese  Assamese |   | 
 noun  স্থানীয় খিলঞ্জীয়া অধিবাসী বা জীৱৰ উপৰি বহিৰাগত নৰগোষ্ঠী, জীৱগোষ্ঠী বা বীজাণু আদিয়ে বাস কৰিব লোৱা কোনো ক্ষেত্র বা তেনে গোষ্ঠী   Ex. বাৰিষাৰ সময়ত ঠায়ে-ঠায়ে একত্রিত হোৱা পানীতে বীজাণু, মহ-মাখি আদিয়ে পতা উপনিৱেশ, বেমাৰৰ কাৰণ হৈ পৰে
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  অন্য ঠাইৰ পৰা অহা মানুহৰ বসতিস্থল   Ex. পোন-প্রথমে ইংৰাজসকলে ভাৰতৰ অনেক ঠাইত নিজৰ উপনিৱেশ স্থাপন কৰিছিল
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
Wordnet:
mniꯀꯣꯂꯣꯅꯤ
tamகுடியேற்ற நிலம்
urdنوآبادیات , کالونی
 noun  এখন ঠাইৰ পৰা গৈ অন্য এখন ঠাইত বসবাস কৰা কার্য   Ex. ইংৰাজসকলে ভাৰতত উপনিৱেশ সেই সময়ত স্থাপন কৰিছিল যি সময়ত ভাৰতবর্ষ সৰু সৰু ৰাজ্যত বিভক্ত হৈ আছিল
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kasنَو آباد کٲری
mniꯃꯤꯔꯩꯕꯥꯛꯇꯒꯤ꯭ꯂꯥꯛꯄ꯭ꯃꯤꯑꯣꯏꯁꯤꯡꯒꯤ꯭ꯈꯨꯟꯗꯥꯐꯝ
urdنوآبادکاری , استعمار , آبادکاری , استعماریت

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP