কোনো ভাল বা অভীষ্ট সিদ্ধিৰ কাৰণে মনত উৎপন্ন হোৱা সুখদায়ক ভাব
Ex. কইনাৰ মনত প্রিয় মিলনৰ তৰঙ্গ আন্দোলিত হৈ আছে
ONTOLOGY:
मानसिक अवस्था (Mental State) ➜ अवस्था (State) ➜ संज्ञा (Noun)
Wordnet:
benআশা
gujઉમંગ
hinउमंग
kanಉಲ್ಲಾಸ
kasشوق
malഉത്സാഹം
oriଢ଼େଉ
panਚਾਹਤ
sanतरङ्गः
tamஎண்ண அலை
telఉత్సాహం
urdامنگ , ترنگ , جوش
প্রাকৃতিক অথবা কৃত্রিম কাৰণত উৎপন্ন হোৱা কোনো বস্তুৰ লহৰ যি কোনো শৰীৰ বা বাতাৱৰণত প্রৱাহিত হৈ থাকে
Ex. বিদ্যুততো তৰঙ্গ থাকে
ONTOLOGY:
शारीरिक अवस्था (Physiological State) ➜ अवस्था (State) ➜ संज्ञा (Noun)
Wordnet:
bdगुथाल
benতরঙ্গ
kasلَہر
kokतरंग
malതരംഗം
marतरंग
nepतरङ्ग
sanतरङ्गः
telతరంగము
urdلہر , ترنگ , تلاطم