উদ্ভিদ অথবা তাৰ ফুল-পাত আদিত থকা বিশেষ এক ধৰণৰ তৰল পদার্থ ্যাক মোহাৰিলে বা চেপিলে এই তৰল পদার্থ ওলাই আহে
Ex. নিম পাতৰ ৰস খালে আৰু ছালত লগালে চর্মৰোগ ভাল হয়
HYPONYMY:
পুষ্পসাৰ ৰস গাখীৰ
ONTOLOGY:
भाग (Part of) ➜ संज्ञा (Noun)
Wordnet:
bdबिदै
hinरस
kasرَس
kokरोस
mniꯃꯍꯤ
nepरस
panਰਸ
telరసము
urdعرق , رس , شیرہ
গছৰ গাৰ পৰা ওলোৱা বা পিচি উলিওৱা তৰল পদার্থ বিশেষ
Ex. কিছুমান গছৰ ৰস ঔষধি হিচাপে ব্যৱহাৰ কৰা হয়
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
gujરસ
hinरस
kanಸಸ್ಯರಸ
oriରସ
sanरसः
urdعرق , رس
কোনো পদার্থৰ ্সাৰ বা মূল ভাগ
Ex. ৰস কেইবাপ্রকাৰৰ আছে
ONTOLOGY:
वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
শাৰীৰিক প্রক্রিয়াত গুৰুত্বপূর্ণ ভূমিকা পালন কৰা গ্রন্থি বা কোশিকাৰ পৰা নিগৰিত দ্রৱ বিশেষ
Ex. লালটি, হৰমোন আদি ৰসে মানৱ শৰীৰত বিশেষ ভূমিকা পালন কৰে
ONTOLOGY:
शारीरिक वस्तु (Anatomical) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
kanದ್ರವ
kasرَس , رطوٗبَت
malഎന്സൈം
mniꯊꯥꯗꯣꯛꯂꯛꯄ꯭ꯃꯍꯤ
sanस्त्रावः
tamஉமிழ் நீர்
telశ్రావము
urdعرق , رقیق مادہ , رس
কোনো বস্তু চেপিলে বা পিচিলে ওলোৱা তৰল পদার্থ
Ex. পদিনাৰ ৰস পেটৰ কাৰণে বৰ ভাল
ONTOLOGY:
वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
নি্র্যাস আৰক অর্ক ্সাৰ অংশ মূল
Wordnet:
bdसार बाहागो
hinअर्क
kasعٲرق
kokरोस
malസത്ത്
marअर्क
urdعرق , کشید , رس