কোনো বস্তুৰ ওপৰত অধিকাৰ সাব্যস্ত কৰা কার্য
Ex. ছোৱালীয়েও নিজৰ পৈতৃক সম্পত্তিৰ দাবী কৰিব পাৰে
ONTOLOGY:
कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
bdदाबि खालामना
hinदावा
kanಹಕ್ಕು ಕೇಳಿಕೆ
nepदाबी
oriଦାବି
panਦਾਵਾ
sanअधिकरणम्
telదావా
urdدعویٰٰ , استحقاق
সম্পত্তি অথবা অধিকাৰৰ ৰক্ষাৰ বা প্রাপ্তিৰ কাৰণে চলোৱা মোকর্দ্্মা
Ex. বিৰলাই প্রিয়ম্বদাৰ দান-পত্রৰ বিৰুদ্ধে দাবী কৰিলে
ONTOLOGY:
कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
bdदाबि खालामनाय
kanಹಕ್ಕು ಕೋರಿಕೆ ದಾವೆ
malഅവകാശവാദം
mniꯀꯦꯁ꯭ꯁꯣꯛꯅꯕ
nepदाबी
tamபுகார்
telదావా
সত্যতা নিৰূপণৰ কাৰণে কোনো কথা কোৱাৰ সাহস
Ex. মই এইটো দাবীৰে সৈতে কʼব পাৰোঁ যে ইয়াত ভেজাল আছে
ONTOLOGY:
गुण (Quality) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
bdदाबिनाय
kasدعوا
malഉറപ്പായിട്ടും
marठासून सांगणे
nepदाबी
দৃঢ়তাপূর্ক কথন
Ex. আপোনাৰ ৰামৰ সন্দর্ভত এই ্দাবী উচিত হোৱা নাই
ONTOLOGY:
संप्रेषण (Communication) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
bdनारसिननाय
benদাবি
malഉറപ്പിച്ച് പറയൽ
mniꯆꯨꯝꯃꯤ꯭ꯍꯥꯏꯔꯤꯕ꯭ꯋꯥꯐꯝ
telఆరోపణ
urdدعویٰ