Dictionaries | References খ খিৰিকি Script: Bengali-Assamese Meaning Related Words খিৰিকি অসমীয়া (Assamese) WN | Assamese Assamese Rate this meaning Thank you! 👍 noun বতাহ আৰু পোহৰ সোমোৱাৰ কাৰণে বেৰত সজা জালি থকা ডাঙৰ অংশ বা ছেদ Ex. ঘৰখনত বতাহ চলাচল কৰিবৰ কাৰণে তেওঁ প্রতিটো কোঠাতে খিৰিকি লগাইছে ONTOLOGY:मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:খিৰিকী বাতায়ন গৱাক্ষWordnet:bdभेन्टलेसन benজানলা gujબાકું hinझरोखा kanಕಿಟಕಿ kasروشَن دان kokउजवाडें marझरोका mniꯚꯦꯟꯇꯤꯂꯦꯁꯟ oriଝରକା panਝਰੋਖਾ tamசாளரம் telకిటికి urdجھروکہ , دریچہ noun বতাহ চলাচল আৰু পোহৰ সোমোৱাৰ সুচল হোৱাকৈ কোনো ঘৰ আদিত সজা দর্জাৰ নিচিনা কিন্তু তাতকৈ সৰু অংশবিশেষ Ex. তেওঁ খিৰিকিৰে বাহিৰ ওলাই গʼল ONTOLOGY:मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:বাতায়ন গৱাক্ষWordnet:bdखिरखि benখিড়কি দরজা hinपृष्ठ द्वार kanಕಿಟಕಿ marपरसदार mniꯊꯣꯡꯅꯥꯎ oriଖିଡ଼ିକି panਖਿੜਕੀ sanकुद्वारम् tamஜன்னல் telకిటికి urdکھڑکی , روزن noun বতাহ আৰু পোহৰ সোমাবৰ কাৰণে বেৰত কৰা সৰু দুৱাৰৰ দৰে অংশ Ex. এই কোঠাটোত এখন খিৰিকি আছে ONTOLOGY:मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:খিড়িকি বাতায়ন গৱাক্ষ জানলা জানালাWordnet:bdखोरखि benজানালা gujબારી hinखिड़की kanಕಿಟಕಿ kasدٲر kokजनेल malജനല് marखिडकी mniꯊꯣꯡꯅꯥꯎ nepखिड्की oriଝରକା panਖਿੜਕੀ sanगवाक्षः tamஜன்னல் telకిటికీ urdکھڑکی , جھروکہ , روشن دان noun ঘৰ, গাড়ী, জাহাজ আদিৰ বেৰ বা ছাদত বতাহ তথা পোহৰ আহিবলৈ বনোৱা খোলা অংশক খুলিবৰ বাবে বা বন্ধ কৰিবৰ বাবে কাঠ বা ধাতুৰ গঠন যʼত কাঁচ আদি লগোৱা থাকে Ex. কোনোবাই কাৰ খনৰ খিৰিকিৰ ্কাঁচ ভাঙিলে MERO COMPONENT OBJECT:পাল্লা ONTOLOGY:मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:benখিড়কি gujબારી malജനാല sanवातायनम् urdکھڑکی , دریچہ , جھروکہ Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP