Dictionaries | References

কলম দিয়া

   
Script: Bengali-Assamese

কলম দিয়া

অসমীয়া (Assamese) WN | Assamese  Assamese |   | 
 noun  কেচি বা অন্য কোনো উপকৰণেৰে কটা কার্য   Ex. মালীয়ে ফুলনিখনৰ কেতবোৰ উদ্ভিদৰ কলম দিছে
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
 verb  ধাৰাল অস্ত্র আদিৰে কোনো বস্তু আদি দুই বা ততোধিক খণ্ড কৰা বা বহুতো ভাগত বিভক্ত কৰা   Ex. মালীজনে গছপুলিবোৰ কলম দিছে
ONTOLOGY:
परिवर्तनसूचक (Change)कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
SYNONYM:
   see : কটা
কলম দিয়া noun  আন ঠাইত ৰুবৰ কাৰণে বা আন গছত জোৰা লগাবৰ কাৰণে কটা গছৰ ডাল   Ex. কলম দি ৰোৱা গছৰ ফল ডাঙৰ আৰু সোৱাদ লগা হয়
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP