যʼত পানীৰ পৰিমাণ বেছি আছে
Ex. মʼহৰ তুলনাত গৰুৰ গাখীৰ বেছি পাতল
ONTOLOGY:
गुणसूचक (Qualitative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
Wordnet:
kasتوٚن
malനേര്ത്ത
marपातळ
nepपातलो
sanअपवत्
tamதிரவமான
urdپتلا
যিটো কম ওজনৰ বা বেছি গধুৰ নহয়
Ex. তেওঁৰ সোঁহাতত এটা পাতল জোলোঙা ওলমি আছিল
ONTOLOGY:
भारसूचक (Weight) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
SYNONYM:
লঘু হাল্কা ভাৰহীন ফিৰফিৰীয়া অগধুৰ
Wordnet:
benহাল্কা
gujહલકું
hinहल्का
kanಹಗುರವಾದ
kasلوٚت , ہَلکہٕ , ہَوا
kokल्हव
malഭാരം കുറഞ്ഞ
marहलका
mniꯑꯌꯥꯡꯕ
nepहलुको
oriହାଲୁକା
panਹੱਲਕਾ
sanअगुरु
telతేలికైన
urdہلکا
যি চিন্তা, দুখ, কষ্ট আদিৰ পৰা মুক্ত হয়
Ex. নিজৰ মনৰ কথা কৈ দিয়াৰ পিছত এতিয়া মই পাতল হৈ গʼলো
ONTOLOGY:
अवस्थासूचक (Stative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
Wordnet:
benহাল্কা
kanಹಗುರವಾದ
kasلوٚت , سحل
malഭാരംകുറഞ്ഞ
mniꯏꯌꯥꯡ ꯌꯥꯡꯕ
telతేలికయైన
যাৰ স্থূলতা বা ব্যাস কম
Ex. এই কাপোৰখন বৰ পাতল
ONTOLOGY:
गुणसूचक (Qualitative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
Wordnet:
gujપાતળું
kasتوٚن
malകനം കുറഞ്ഞ
marपातळ
nepपातलो
oriପତଳା
panਪਤਲਾ
sanसुपेश
telపలుచగా
urdپتلا , باریک , , مہین