|
verb ঢকা বা বাধা দিয়া বস্তু আঁতৰোৱা
Ex. কোনোবা আদিছে, দুৱাৰখন খোলা
ONTOLOGY: () ➜ कर्मसूचक क्रिया (Verb of Action) ➜ क्रिया (Verb) verb কোনো বস্তুৰ সন্মুখৰ আচ্ছাদন বা ওপৰৰ আৱৰণ আঁতৰোৱা
Ex. সময় হোৱাৰ লগে লগে মঞ্চৰ আঁৰ্কাপোৰ খোল খালে
ONTOLOGY: होना क्रिया (Verb of Occur) ➜ क्रिया (Verb) verb পিন্ধা বস্তু পৃথক কৰা
Ex. লʼৰাটোৱে গা-ধোৱাৰ কাৰণে নিজৰ কাপোৰ খুলিলে
ONTOLOGY: कर्मसूचक क्रिया (Verb of Action) ➜ क्रिया (Verb) verb বন্ধন, গাঁঠি আদি খোলা
Ex. জোতাৰ ৰচীডাল খোলা
ONTOLOGY: () ➜ कर्मसूचक क्रिया (Verb of Action) ➜ क्रिया (Verb) verb কোনো সঁজুলিৰ মেৰামতি কৰিবৰ বাবে তাৰ অংগবোৰ পৃথক কৰা
Ex. ঘড়ীৰ মেকানিকে বেটাৰী লগাবৰ বাবে ঘড়ীটো খুলিলে
ONTOLOGY: करना इत्यादि (VOA)">कार्यसूचक (Act) ➜ कर्मसूचक क्रिया (Verb of Action) ➜ क्रिया (Verb) noun শামুক বা তেনেধৰণৰ জন্তুৰ কঠিন আৱৰণ
Ex. মায়ে খোলাৰে মালা চিলাই আছে
ONTOLOGY: प्राकृतिक वस्तु (Natural Object) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) Wordnet: mniꯀꯣꯡꯒꯔ꯭ꯦꯡ꯭ꯃꯀꯨ urdسیپی , سیپ , سندھوجا verb চিলাই, বোৱনী আদিৰ সূতা পৃথক কৰা
Ex. সীমাই চেলোৱাৰৰ চিলনি খুলিছে
ONTOLOGY: () ➜ कर्मसूचक क्रिया (Verb of Action) ➜ क्रिया (Verb) noun ওপৰত থকা কোনো তৰপ বিশেষ যাৰ তলত কোনো ফল বা জীৱ থাকে
Ex. বাদামৰ ওপৰত বহুত টান খোলা থাকে
ONTOLOGY: वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) Wordnet: urdوالو , چھال , بکتر , چھلکا , پوست verb গুপ্ত বা গূঢ় কথা প্রকট বা স্পষ্ট কৰা
Ex. তেওঁ নিজৰ প্রেম বিবাহৰ ৰহস্য খুলিলে
ONTOLOGY: संप्रेषणसूचक (Communication) ➜ कर्मसूचक क्रिया (Verb of Action) ➜ क्रिया (Verb) verb নতুনকৈ আৰম্ভ কৰা
Ex. প্রতিবেশীয়ে বাচনৰ আৰু এখন দোকান খুলিলে
ONTOLOGY: निर्माणसूचक (Creation) ➜ कर्मसूचक क्रिया (Verb of Action) ➜ क्रिया (Verb) verb বেংক আদিত খাটা আৰম্ভ কৰা
Ex. ইয়াৰ সকলো কর্ম্্চাৰীয়ে কানাড়া বেংকত খাটা খুলিছে verb গুপ্ত বা গূঢ় কথা প্রকাশ হোৱা
Ex. তেওঁৰ ৰহস্য খুলিল
ONTOLOGY: होना क्रिया (Verb of Occur) ➜ क्रिया (Verb) verb নিতৌ কার্য আৰম্ভ ্হোৱা
Ex. এই বেংকটো ন বজাত খোলে
ONTOLOGY: होना क्रिया (Verb of Occur) ➜ क्रिया (Verb) adjective যিটো বন্ধ নহয়
Ex. খোলা দুৱাৰেদি কুকুৰটো ভিতৰলৈ আহিল
ONTOLOGY: गुणसूचक (Qualitative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective) see : উদাৰ, খুলি যোৱা, উদং, জুহাল, মুকলি
|