Dictionaries | References

বচোৱা

   
Script: Bengali-Assamese

বচোৱা

অসমীয়া (Assamese) WN | Assamese  Assamese |   | 
 verb  সৰি পৰাৰ পৰা ৰক্ষা কৰা কার্য   Ex. তৃতীয় লক্ষ্যৰ পৰা পৰিবলৈ ধৰা লʼৰাটোক এজন যুৱকে বচালে
HYPERNYMY:
বচোৱা
ONTOLOGY:
()कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
Wordnet:
kokसाल्वार करप
urdتھامنا , سنبھالنا , سہارادینا , آسرادینا , روکنا , ٹھہرانا , بچانا , حفاظت کرنا
 verb  বাচিবৰ কাৰণে ঠাই দিয়া বা ৰক্ষা পাবলৈ প্রবৃত্ত কৰা   Ex. আকবৰে ফাটেহপুৰ সিকৰীক বচাইছিল
HYPERNYMY:
ONTOLOGY:
निर्माणसूचक (Creation)कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
 verb  কামত অহা বা খৰচ হোৱাৰ পৰা ৰখোৱা   Ex. মনোহৰে কৃপণালী কৰি বহুত পইচা বচালে
ONTOLOGY:
कार्यसूचक (Act)कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
 verb  বিপদ বা কষ্টত পৰিবলৈ নিদিয়া কার্য   Ex. চকীদাৰজনে গাঁওবাসীক চোৰৰ পৰা বচালে
ONTOLOGY:
()कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
   see : উদ্ধাৰ কৰা

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP